২০বছৰ ধৰি হতাশা -সমস্যাৰ লগত যুঁজি যুঁজি ভাগৰি নপৰা এজন ব্যৱসায়ীৰ কাহিনী
৷মানুহজনৰ শেষ আশা আছিল বগীবিল দলঙৰ ওপৰত ৷ মাটি বিক্ৰী কৰি ,তিনিটকীয়া সুতত টকা ধাৰলৈ আনি বগীবিল দলং উদ্বোধনৰ আগে আগে নতুন ৰূপত গঢ়িলে পুৰণি হোটেলখনক ৷ লগে লগে সলনি হ’বলৈ ল’লে ধেমাজিৰ ব্যৱসায়ী ৰাজা দলেৰ ভাগ্য ৷ “ৰাজ হোটেল”ৰ উত্তৰণৰ কাহিনী.
uparjan.in
source
Dada apunar Video hodai xau Val lage bt….suwa burok a ako d ase j
আপোনালোকৰ চেনেলটো আগবাঢ়ি যাওক। হোটেলৰ স্বতাধিকাৰলৈ নমস্কাৰ। গ্ৰাহকসকলক যেন ভাল ব্যৱহাৰ কৰে তাৰে আশা থাকিল
…..I Like this Hotel
এনেধৰণৰ মতিভিছনেল ভিডিও সমূহে অসমৰ যুৱপ্ৰজন্মক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব
শুবেচ্ছা জনালো??
ভাল লাগিলে চাই দাদা ?
এদিন যাম দিয়া
Vl lagil vdo2 sai
Mic2 vl kori lobo apuni olop…
আৰু আগুৱাই যাওঁক ৰাজ হোটেলখন শুভেচ্ছা থাকিল ?
নগাঁওৰ হামিদ ক দেখাব চোন
??????❤️❤️❤️✌✌✌
great
??
Dibrugarh পৰা বাসুদেৱ থানলৈ যাওতে এই hotel খনত সোমাইছিলো. বিৰাট চাফা hotel. ভাত খাই ভালে পালো.
মানুজনে সকলো কথা সঁচা কোৱা নাই। তথাপি মানুহজনৰ ভৱিষ্যত উজ্জল কামনা কৰিলোঁ।