২০বছৰ ধৰি হতাশা -সমস্যাৰ লগত যুঁজি যুঁজি ভাগৰি নপৰা এজন ব্যৱসায়ীৰ কাহিনী

৷মানুহজনৰ শেষ আশা আছিল বগীবিল দলঙৰ ওপৰত ৷ মাটি বিক্ৰী কৰি ,তিনিটকীয়া সুতত টকা ধাৰলৈ আনি বগীবিল দলং উদ্বোধনৰ আগে আগে নতুন ৰূপত গঢ়িলে পুৰণি হোটেলখনক ৷ লগে লগে সলনি হ’বলৈ ল’লে ধেমাজিৰ ব্যৱসায়ী ৰাজা দলেৰ ভাগ্য ৷ “ৰাজ হোটেল”ৰ উত্তৰণৰ কাহিনী.

uparjan.in

source